Subscribe
URL of the page has been copied to clipboard.
Meaning : শৰীৰৰ ডিঙিৰ ওপৰৰ ভাগ
Example : মূৰত আঘাত কৰিলে মানুহৰ প্রাণহানিও হʼব পাৰে
Synonyms : একাঙ্গ, প্রধানাঙ্গ, বক্ত্র, বৰাঙ্গ, মস্তক, মাথ, মাথা, মুণ্ডু, মুর্দ্ধা, মূণ্ড, মূণ্ডক, শিৰ
Meaning : দীঘল আৰু চাৰিচুকীয়া বস্তু অন্তিম অংশ
Example : আপোনাৰ শাৰীৰ আগটো কাঁটাত লাগি ধৰিল
Synonyms : আগ, কাষ
Meaning : কোনো বস্তুৰ দৈর্ঘ্য বা প্রস্থ সমাপ্ত হোৱা অংশ
Example : এই কাঁহীখনৰ কাণটো বৰ পাতল
Synonyms : কাণ, কাষ, কিনাৰ, প্রান্তৰ
Meaning : শৰীৰৰ যি অংশত মগজু থাকে
Example : মোহনৰ মূৰত চুলি নাই
Synonyms : মাথা, শিৰ
Meaning : মগজ সম্বন্ধীয়
Example : মগজুৰ শল্য-চিকিৎসাৰ পৰিণতিত ৰোগীৰ মৃত্যু হʼল
Synonyms : মগজু, মস্তিষ্ক
Install App