Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word মতলব from অসমীয়া dictionary with examples, synonyms and antonyms.

মতলব   বিশেষ্য

Meaning : সফলতা লাভ কৰিবৰ কাৰণে চতুৰতাৰে লগোৱা যুক্তি

Example : তেওঁ ্কৌশল কৰি অধ্যক্ষৰ পদটো হস্তগত কৰিলে

Synonyms : অভিপ্রায়, কূট, কূটকৌশল, কৌশল, চাল, ফন্দ, ফন্দি

Meaning : কোনো কাম সম্পূর্ণ কৰিবৰ কাৰণে কৰা বিচাৰ

Example : এই কামটো কৰাৰ অন্তৰালত আপোনাৰ কি উদ্দেশ্য আছে ?

Synonyms : অভিপ্রায়, ঈপ্সা, উদ্দেশ্য, কাৰণ, প্রয়োজন, লক্ষ্য, হেতু

Meaning : কোনো শ্্ব্দ, পদ বা বাক্য আদিৰ পৰা ওলোৱা অভিধা অর্থ ্যাৰ বোধ জন্মাবৰ কাৰণে কোনো শ্্ব্দ বা পদ মানুহৰ মাজত প্রচলিত হয়

Example : কেতিয়াবা কেতিয়াবা সুৰদাসৰ পদৰ অর্থ উলিওৱা জটিল হৈ পৰে

Synonyms : অর্থ, ্তাৎপর্য, ্ভাব

Meaning : কোনো ধৰণৰ লগা-ভগা বা সম্পর্ক

Example : এই কামটোৰ সৈতে ৰামৰ কোনো সম্পর্ক নাই

Synonyms : সম্পর্ক, সম্বন্ধ