Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো বিশেষ উপলক্ষত বাঁহ, কাঠ, কাপোৰ, ৰচী আদিৰে ঘেৰি সজা স্থান বিশেষ
Example : এইখন বিয়াৰ ৰভা
Synonyms : চামিয়ানা, চালি, পেণ্ডেল, বিতান, ৰভা, ৰভা-পৰলা
Meaning : একপ্রকাৰৰ ডাঙৰ তম্বু
Example : দৰা আহি চন্দ্রতাপৰ তলত বহি আছে
Synonyms : চন্দ্রতাপ, চামিয়ানা
Meaning : সভাৰ অধিবেশন বা উৎসৱ আদিৰ বাবে বনোৱা তম্বু
Example : কৃপা কৰি আপোনালোকে সভাপতিৰ প্রস্থানৰ পিছতহে ৰভা ঘৰ এৰে যেন
Synonyms : ৰভা ঘৰ, ৰভাস্থলী
Install App