Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word ব্যৱসায় from অসমীয়া dictionary with examples, synonyms and antonyms.

ব্যৱসায়   বিশেষ্য

Meaning : কোনো বস্তু কিনা-বেচা কৰা বা বনোৱা কার্য

Example : ৰামৰ কঠোৰ পৰিশ্রমৰ কাৰণে বেপাৰত দিনকদিনে উন্নতি লাভ কৰিছে

Synonyms : বণিজ, বাণিজ্য, বেপাৰ

Meaning : জীৱিক-নি্র্বাহৰ কাৰণে কৰা কাম

Example : তেওঁ ্ কাপোৰ বিক্রী কৰাৰ লগতে আন এটা ব্যৱসায়ো আৰম্ভ কৰিছে

Synonyms : কাৰবাৰ, চাকৰি, চাকৰি-বাকৰি, জীৱিকা, পেশা, বৃত্তি, ্প্রৱর্তনি, ৰুজি, ৰুজি-ৰোজগাৰ, ৰোজগাৰ