Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো গুৰুত্বপূর্ণ বিষয়ৰ আলোচনা কৰিবলৈ আযোজন কৰা অনুষ্ঠান:কৃষকৰ ৰাষ্ট্রীয় সভাত কৃষকসকলৰ সমস্যা সম্পর্কে বিতং আলোচনা কৰা হʼল
Example :
Synonyms : অধিৱেশন, কনফাৰেন্স, মিটিং, মেল-মিটিং, সন্মিলন, সন্মিলনী, সভা
Meaning : বাৰে বাৰে উঠা-বহা কৰা এবিধ কচৰৎ
Example : পালোৱানজনে পুৱাই পুৱাই বৈঠক কৰে
Synonyms : উঠ-বহ
Install App