Subscribe
URL of the page has been copied to clipboard.
Meaning : বলৱান পুৰুষ বা সাহসপূর্ণ ্অথবা বীৰত্বপূর্ণ ্কার্য কৰোঁতাজন
Example : সোহৰাব আৰু ৰুস্তম দুয়োজন বীৰে পৰস্পৰ যুঁজ ্লাগিল
Synonyms : জোৰৱান, বলৱান, বাহাদুৰ, বীৰ পুৰুষ
Meaning : যিজনে বীৰত্বৰে বা সাহসেৰে কোনো কাম কৰে
Example : সাহসী ব্যক্তিয়ে কেতিয়াও কোনো কামত পিছ ্ হোঁহকা নিদিয়ে
Synonyms : পৰাক্রমী, বলৱান, বাহাদুৰ, সাহসী, সুৰ
Meaning : জীৱনৰ বাজি লগাই দিওতা
Example : আমাৰ দেশৰ স্বাধীনতা বীৰ ব্যক্তিসকলৰ উপহাৰ
Install App