Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো খেল আদিৰ মাজত হোৱা কিছু সময়ৰ অৱকাশ
Example : খেলৰ বিৰতিত মই চাহ খাবলৈ গʼলোঁ
Synonyms : মধ্যান্তৰ
Meaning : নিয়মিতভাৱে মানুহ কামত উপস্থিত নথকা বন্ধৰ দিন
Example : ভাৰত চৰকাৰে ৰবিবাৰটো ছুটীৰ দিন হিচাপে ঘোষণা কৰিছে
Synonyms : অৱকাশ, অৱসৰ, ছুটী, বিৰাম
Install App