Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word বিশ্বাসঘাতকতা from অসমীয়া dictionary with examples, synonyms and antonyms.

বিশ্বাসঘাতকতা   বিশেষ্য

Meaning : বিশ্বাস কৰোঁতাৰ বিশ্বাস ভাঙি অপকাৰ কৰোঁতা

Example : ইন্দিৰা গান্ধীৰ দেহৰক্ষীয়ে তেওঁৰ লগত বিশ্বাসঘাতকতা কৰিলে আৰু তেওঁক গুলীৰে থকাসৰকা কৰি দিলে

Synonyms : চুকতে থাকি বুকতে কামোৰ মৰা-, শঠতা