Subscribe
URL of the page has been copied to clipboard.
Meaning : যʼত কোনো ময়লা বা কলুষতা নাই
Example : শুদ্ধ অন্তৰেৰে ঈশ্বৰক স্মৰণ কৰিব লাগেজুৰিৰ পানী নি্র্মল
Synonyms : অপংকিল, অপঙ্কিল, অমলিন, কলুষহীন, চাফা, নি্র্মল, পবিত্র, প্রাঞ্জল, পৰিষ্কাৰ, বিমল, শুদ্ধ, স্বচ্ছ
Meaning : যিটো পৰিশোধিত কৰা হৈছে বা যি পৰিশুদ্ধ
Example : এইটো খাঁটি সোণৰ বিস্কুট
Synonyms : আচল, খাঁটি
Meaning : যিটো মিশ্রিত নহয়
Example : সোণ এবিধ অমিশ্রিত ধাতু
Synonyms : অমিশ্র, অমিশ্রিত
Install App