Subscribe
URL of the page has been copied to clipboard.
Meaning : কল্যাণ বা মংগল নথকা
Example : তোমাৰ এই কামটোৰ দ্বাৰা সকলোৰে অমংগলহে হʼব
Synonyms : অকল্যাণ, অনিষ্ট, অপকাৰ, অপায়-অমংগল, অমংগল, অমঙ্গল, অশুভ, অহিত, বিপদ, বিমংগল
Meaning : যিটো শুভ নহয়
Example : মেকুৰীয়ে ৰাস্তা কাটিলে অশুভ বুলি ধৰা হয়
Synonyms : অনিষ্ট, অপায়-অমংগল, অমঙ্গল, অমাংগলিক, অশুভ, অহিত, বিমংগল
Install App