Meaning : ধর্ম ্ গ্রন্থৰ দ্বাৰা স্বীকৃত এক সর্ব্বোচ্চ সত্তা, যি সৃষ্টিৰ গৰাকী
Example :
ভগৱান সকলোতে আছে ঈশ্বৰ সর্বমংগলময়
Synonyms : ইচ্ছাময়, ঈশ্বৰ, ওপৰৰজনা, কৰুণাময়, চিন্তামণি, জগজীউ, জগজীৱ, জগতস্রষ্টা, জগদীশ, জগদীশ্বৰ, জগৎপতি, জগৎপিতা, ত্রিজগতপতি, ত্রিলোকপতি, দয়াময়, ধাতা, নিয়ন্তা, নিৰাকাৰ, নেদেখাজনা, প্রভু, পৰমপিতা, পৰমব্রহ্ম, পৰমাত্মা, পৰমানন্দ, পৰমেশ্বৰ, পৰাৎপৰ, বিধাতা, বিধাতাপুৰুষ, ভগৱান, ভবেশ, ভুৱনেশ্বৰ, মংগলময়, সৃষ্টি্কর্তা, ্অন্তর্যামী, ্জগৎকর্তা, ্সনাতন, ্সর্বমঙ্গলময়
Meaning : এজন সৃষ্টিনাশক হিন্দু দেৱতা
Example :
শিৱৰ পূজা লিংগৰ ৰূপত প্রচলিত
Synonyms : আদিদেৱ, উমাপতি, উমেশ, কলাধৰ, কালনাথ, কালীপতি, কাশীনাথ, কাশীশ্বৰ, কেদাৰনাথ, কেদাৰেশ্বৰ, গঙ্গাধৰ, গৌৰীনাথ, চন্দ্রচূড়, চন্দ্রমৌলি, চন্দ্রশেষৰ, জটাধাৰী, জটাধৰ, তাৰকনাথ, তাৰকেশ্বৰ, ত্রিনয়ণ, ত্র্যম্বক, দিগম্বৰ, দুর্গাপতি, দেৱাদিদেৱ, দেৱেশ, নটশেষৰ, নটৰাজ, নীলকণ্ঠ, নীলগ্রীৱ, নীললোহিত, পঞ্চানন, পশুপতি, পিনাকপাণি, পিনাকী, বাণেশ্বৰ, বিশ্বনাথ, বিশ্বেশ্বৰ, বিষকণ্ঠ, বৃষধ্বজ, বৃষবাহন, ব্যোমকেশ, ভালচন্দ্র, ভূতনাথ, ভূতপতি, ভূতভাৱন, ভূতেশ, ভৈৰৱ, ভোলানাথ, ভৱানীপতি, মহাকাল, মহাদেৱ, মহেশ, মহেশ্বৰ, শংকৰ, শম্ভু, শশীভূষণ, শিৱ, শূলপাণি, সদাশিৱ, সিতিকণ্ঠ, সুৰেশ্বৰ, হৰ, ্দুর্গাধীশ