Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word বিপদ from অসমীয়া dictionary with examples, synonyms and antonyms.

বিপদ   বিশেষ্য

Meaning : কল্যাণ বা মংগল নথকা

Example : তোমাৰ এই কামটোৰ দ্বাৰা সকলোৰে অমংগলহে হʼব

Synonyms : অকল্যাণ, অনিষ্ট, অপকাৰ, অপায়-অমংগল, অমংগল, অমঙ্গল, অশুভ, অহিত, বিমংগল, বিমঙ্গল

Meaning : কোনো অঘটনীয় ঘটনাৰ পৰা উৎপন্ন হোৱা এনেকুৱা পৰিস্থিতি যʼত ডাঙৰ ক্ষতি হʼব পাৰে

Example : সংকটতত মগজুৱে কাম নকৰা হয়

Synonyms : সংকট

Meaning : সংগতি বিহীন বা বিচিত্র ধৰণৰ কথা

Example : বিপদ হʼল মহাৰাজ ! ৰাজকুমাৰী মহলত নাই