Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো ঠাইৰ মাজৰ খালী অংশ
Example : সাপটো ফুটাটোৱেদি কোঠাটোত সোমাল
Synonyms : ছিদ্র, জলা, ফুটা, ৰন্ধ্র
Meaning : মনত আঘাত দিয়া বা বিন্ধা
Example : মোক তেওঁৰ ্কথাটোৱে ৰৈ-ৰৈ বিন্ধি আছে
Synonyms : বিন্ধি থকা
Meaning : ধাৰাল বা জোঙা বস্তু কোমল ঠাইত সোমোৱা কার্য
Example : মোৰ ভৰিত ্কাঁইটে বিন্ধা
Install App