Subscribe
URL of the page has been copied to clipboard.
Meaning : মিথিলাৰ ৰজা আৰু সীতাৰ পিতৃ
Example : জনক এজন বৰ জ্ঞানী ৰজা আছিল
Synonyms : জনক, মিথিলাপতি, মিথিলাৰাজ, ৰজা জনক
Meaning : যাৰ শৰীৰ নাই
Example : ভূত-প্রেতক অশৰীৰী হিচাপে গণ্য কৰা হয়
Synonyms : অকায়, অতনু, অশৰীৰ, অশৰীৰী, অৱয়ববিহীন, অৱয়বহীন, কায়াশূন্য, কায়াহীন, দেহবিহীন, দেহশূন্য, দেহহীন, নিৰৱয়ব, বিদেহী, শৰীৰবিহীন, শৰীৰহীন
Install App