Subscribe
URL of the page has been copied to clipboard.
Meaning : বলৱান পুৰুষ বা সাহসপূর্ণ ্অথবা বীৰত্বপূর্ণ ্কার্য কৰোঁতাজন
Example : সোহৰাব আৰু ৰুস্তম দুয়োজন বীৰে পৰস্পৰ যুঁজ ্লাগিল
Synonyms : জোৰৱান, বলৱান, বীৰ, বীৰ পুৰুষ
Meaning : যিজনে বীৰত্বৰে বা সাহসেৰে কোনো কাম কৰে
Example : সাহসী ব্যক্তিয়ে কেতিয়াও কোনো কামত পিছ ্ হোঁহকা নিদিয়ে
Synonyms : পৰাক্রমী, বলৱান, বীৰ, সাহসী, সুৰ
Meaning : যাৰ সাহস আছে বা সাহস ৰাখোতা
Example : সাহসী লোকে নিজৰ সাহসেৰে ডাঙৰ কাম কৰি দেখুৱায়
Synonyms : সাহসী
Install App