Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word বাধা-বিঘিনি from অসমীয়া dictionary with examples, synonyms and antonyms.

বাধা-বিঘিনি   বিশেষ্য

Meaning : কোনো কাম কৰাৰ সময়ত হোৱা বাধা

Example : এই কামটোত বিঘিনি নঘটিবৰ কাৰণে মই ভগৱানক প্রার্থন্া কৰিছো

Synonyms : বাধা, বিঘিনি, বিঘ্ন, বিপত্তি

Meaning : কোনো কাম, পথ, বিকাশ আদিৰ সন্মুখত উপস্থিত হৈ অসুবিধাৰ সৃষ্টি হোৱা অৱস্থা

Example : মোহনে মোৰ সকলো কামতে বাধা জন্মায়

Synonyms : অন্তৰায়, অসুবিধা, অৱৰোধ, আলৈ-আহুকাল, আহুকাল, জেঙা, নিষেধ, প্রতিবন্ধ, প্রতিবন্ধক, প্রতিবন্ধকতা, বাধা, বাধা-নিষেধ, বাধাদান, বিঘিনি, ব্যাঘাত, লেঠা, হকা-বধা, হেঙা-পুঙা, হেঙাৰ