Subscribe
URL of the page has been copied to clipboard.
Meaning : একে ঠাইতে জমা কৰা বা হোৱা একাধিক বস্তুৰ একত্রিত ৰূপ
Example : সমূহ ৰাইজৰ হৈ তেওঁ ্ কথাষাৰ কʼলে সুৰেশে খৰিৰ দʼমত জুই লগাই দিলে
Synonyms : গণ, গোট, জাক, জুম, দʼম, দল, পাল, পুঞ্জ, মখা, মাউখ, যূথ, সমষ্টি, সমূহ
Meaning : গা-গছৰ মাজে মাজে গাঁঠি আৰু পাব থকা এবিধ দীঘলীয়া, পোন উদ্ভিদ যি ঘৰৰ চালি, পাচি আদি বনোৱা কামত ব্যৱহাৰ হয়
Example : তেওঁ নিজৰ বাগিচাত বাঁহগছ ৰুইছে
Synonyms : বংশ, বাঁস, বাঁহগছ
Install App