Subscribe
URL of the page has been copied to clipboard.
Meaning : বর্ণ্্মালাৰ কোনো স্বৰ বা ব্যঞ্জন বর্ণ
Example : শিক্ষাৰ আৰম্ভণি আখৰৰ জ্ঞানৰ পৰা আৰম্ভ হয়
Synonyms : অক্ষৰ, আখৰ, হৰফ
Meaning : মানৱ সমাজত বংশ-পৰম্পৰা অনুসৰি কৰা শ্রেণীবিভাগ:হিন্দু সমাজত একে জাতিৰ ভিতৰতে বিয়া হোৱা প্রথা আছে
Example :
Synonyms : কুল, গোত্র, জাত, জাত-কুল, জাতি, বংশ, সম্প্রদায়, ্ জাত-পাত
Meaning : হিন্দুসকলৰ চাৰি বিভাগ- ব্রাহ্মণ, ক্ষত্রিয়, বৈশ্য আৰু শূদ্র
Example : বর্ণ ব্যৱস্থাত ব্রাহ্মণৰ স্থান সকলোতকৈ ওপৰত
Install App