Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word প্রয়াণ from অসমীয়া dictionary with examples, synonyms and antonyms.

প্রয়াণ   বিশেষ্য

Meaning : শৰীৰৰ পৰা প্রাণবায়ু ওলাই যোৱা কার্য

Example : জন্মিলে মৃত্যু হʼবই

Synonyms : আয়ুপাত, আয়ুশেষ, আয়ুস ওকলা-, ইহলোক ত্যাগ কৰা-, কাল, কালগ্রাম, চকু মুদা-, চকুৰ আঁৰ্ হোৱা-, জীৱন পতন, জীৱন পাত কৰা-, ঢুকুৱা-, তিৰোধান, তিৰোভাৱ, দেহাৱসান, ধাতু উৰা-, নাম লুকোৱা-, প্রাণ পখী উৰি যোৱা-, প্রাণ-নাশ, প্রাণত্যাগ, পয়াণ, পৰলোক হোৱা-, বিয়োগ হোৱা-, বৈকুণ্ঠ পয়াণ, মহাপ্রস্থান, মহাপ্রয়াণ, মহাযাত্রা, মৃত্যু, মোক্ষ লাভ, মৰণ, মৰা-, লোকান্তৰ, লোকান্তৰ হোৱা-, হানি হোৱা-

Meaning : এঠাইৰ পৰা আন ঠাইলৈ যোৱা কার্য

Example : ৰামৰ বন গমনৰ খবৰ পাই অযোধ্যাবাসী দুখত ভাগি পৰিল আমি আধা ঘণ্টাৰ পিছত প্রস্থান কৰিম

Synonyms : গমন, গুচি যোৱা-, প্রস্থান, পয়াণ, যোৱা-, স্থানত্যাগ, স্থানান্তৰ, ৰাওনা