Meaning : কোনো মূলানুগত সত্যৰ আধাৰত প্রমাণিত কৰিবৰ কাৰণে লোৱা সিদ্ধান্ত
Example :
তেওঁৰ গৱেষণা কর্মৰ সৈতে সম্বন্ধিত ১২০টা প্রমেয় আছে
Meaning : যি প্রমাণৰ বিষয় হʼব পাৰে
Example :
প্রমেয় বস্তুবোৰক সযতনে ৰখাটো আৱশ্যকীয়
Meaning : যি জুখিব পাৰি
Example :
তেওঁ প্রমেয় পদার্থৰ সূচী তৈয়াৰ কৰিলে
Meaning : যি সিদ্ধ কৰিব লাগে
Example :
গণিতজ্ঞই প্রমেয় সূত্রবোৰ বুজালে