Subscribe
URL of the page has been copied to clipboard.
Meaning : পাহাৰ-পর্বত আদিৰ কোনো এক জল উৎসৰ পৰা নির্দিষ্ট পথেৰে বৈ আহি সাগৰ, মহাসাগৰ বা অন্য জলাশয়ত মিলিত হোৱা প্রাকৃতিক জলৰাশি
Example : ব্রহ্মপুত্র এখন ডাঙৰ নদী বাৰিষা নৈৰ পৰা বানপানী হয়
Synonyms : তটিনী, দৰিয়া, নদ, নদী, নৈ, স্রোতস্বিনী
Install App