Subscribe
URL of the page has been copied to clipboard.
Meaning : প্রতি পল
Example : ককাক প্রতিক্ষণত ঘৰৰ চিন্তাই আমনি কৰে
Synonyms : ক্ষণে ক্ষণে, পলে পলে, প্রতিপল
Meaning : প্রতিটো পল বা সকলো সময়তে
Example : আমি সদায় সঁ্চা কথা কোৱা উচিত
Synonyms : অণুক্ষণ, অহৰহ, ওৰেও, চিৰকাল, নিত, নিতু, নিতে, নিত্য, নিৰন্তৰ, নিৰন্তৰে, নিৰৱধি, প্রতিনিয়ত, বাৰেওকাল, বাৰেওটিকাল, সদা, সদায়, সর্বদ্া
Install App