Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো কামত বা কথাত মানা কৰা
Example : ন্যায়ালয়ৰ আদেশ অনুসৰি ৰাজহুৱা স্থানত ধুম-পান কৰা নিষেধ
Synonyms : নামঞ্জুৰ, নিষেধ, বাধা, বাধা-নিষেধ, বাৰক, মানা, হাক, হাক-বচন
Meaning : আঁতৰ কৰা দূৰ কৰা কার্য
Example : এই ঔষধে বাত, পিত্ত, মুত্রবিকাৰ আদিৰ নিবাৰণ কৰে
Meaning : কোনো অনুচিত কার্য, ্অৱস্থা আদিক বাধা প্রদান কৰা কার্য
Example : চৰকাৰে কন্সাৰ ৰোগ নিবাৰণৰ কাৰণে প্রচেষ্টা অব্যাহত ৰাখিছে নিয়মিত যোগাসনেৰে ৰোগৰ পৰা উপশম পাব পাৰি
Synonyms : উপশম
Install App