Subscribe
URL of the page has been copied to clipboard.
Meaning : গছৰ ডাল, গা-গছ আদিত ওলোৱা ফোঁপোলা অংশ
Example : আঁহত গছজোপাৰ ধোন্দত এডাল সাপ আছে
Synonyms : খোৰোং, ধোন্দ, সুৰুঙা
Meaning : কোনো বস্তু আদিৰ খালী হৈ থকা ভাগ
Example : গছৰ ধোন্দত বহি সাপে ফোঁচফোঁচাই আছে
Synonyms : ধোন্দ, ফোপোলা অংশ, ফোপোলা ভাগ
Install App