Subscribe
URL of the page has been copied to clipboard.
Meaning : দেশৰ বা দেশ সম্বন্ধীয়
Example : ধুতি-কুর্তা ভাৰতৰ দেশীয় পোছাক
Synonyms : দেশীয়
Meaning : যʼত পোৱা যায় সেই ঠাইত জন্ম হোৱা বা উৎপন্ন হোৱা
Example : উটপক্ষী অষ্ট্রেলিয়াৰ স্থানীয় চৰাই
Synonyms : আঞ্চলিক, থলুৱা, দেশজ, দেশজাত, দেশীয়, মূল, স্থানীয়
Meaning : নিজৰ দেশত উৎপন্ন হোৱা বা তৈয়াৰ কৰা
Example : স্বদেশী বস্তুৰ প্রয়োগ কৰা উচিত
Synonyms : দেশজ, দেশীয়, স্বদেশী, স্বদেশীয়
Install App