Meaning : তেলেঙ্গ ক্ষেত্রৰ অধিবাসী
Example :
চিকাগোত কেইজনমান পৰিচিত তেলেগুৰ সৈতে দেখা-সাক্ষাৎ হৈছিল
Meaning : যি লিপিত তেলেগু ভাষা লিখা হয়
Example :
কুন্নুৰাণীয়ে তেলেগু পঢ়িবলৈ চেষ্টা চলাই আছে
Synonyms : তেলেগু লিপি
Meaning : তেলেঙ্গ অঞ্চলত প্রচলিত ভাষা
Example :
অন্ধ্রপ্রদেশত তেলেগু কথা কয়
Meaning : তেলেঙ্গ অঞ্চলৰ বা তাৰ সৈতে সম্বন্ধ থকা
Example :
তেলেগু সংস্থাৰ দ্বাৰা আয়োজিত কার্যসূচী বহুত ভাল আছিল
Meaning : তেলেগু ভাষাৰ বা তাৰ সৈতে সম্বন্ধ থকা
Example :
এইখন বহুত জনপ্রিয় তেলেগু চিনেমা
Meaning : তেলেঙ্গ দেশত বসতি কৰোতা
Example :
তুমি এতিয়া তেলেগু লোকৰ সংস্থাৰ সদস্য কিয় নোহোৱা