Meaning : যি লিপিত তামিল ভাষা লিখা হয়
Example :
তামিল হৈয়ো তেওঁ ্তামিল পঢ়িব নোৱাৰে
Synonyms : তামিল লিপি
Meaning : বহু প্রাচীনকালৰ পৰা দক্ষিণ ভাৰত আৰু শ্রীলংকাত তামিলসকলে কৈ অহা এক দ্রাবিড় ভাষা
Example :
তেওঁলোক দুজনে তামিলত কথা পাতি আছে
Synonyms : তামিল ভাষা
Meaning : তামিলনাডুৰ নিবাসী
Example :
ভালেমান তামিল মোৰ ভাল বন্ধু
Meaning : তামিল ভাষাৰ সৈতে সম্বন্ধ থকা বা তামিল ভাষাৰ
Example :
তামিল সাহিত্য বহুত উন্নত
Meaning : তামিলনাডুৰ সৈতে সম্বন্ধ থকা
Example :
বুৰঞ্জীবিদসকলে তামিল সভ্যতা আৰু সংস্কৃতিক ভাৰতবর্ষৰ ্আটাইতকৈ পুৰণি সংস্কৃতি হিচাপে গণ্য কৰে
Meaning : তামিলনাডুত থকা বা বসতি কৰা
Example :
তামিল লোকসকলে পুঙ্গল বৰ উলহ-মালহেৰে পালন কৰে