Subscribe
URL of the page has been copied to clipboard.
Meaning : তপস্যা কৰা ব্যক্তি
Example : বিশ্বামিত্র এজন তপস্বী আছিল
Synonyms : তপোধন, তপোনিধি, তাপস
Meaning : আধ্যাত্মিক আৰু ভৌতিক তত্ত্বৰ জ্ঞাতা, পৰম বুদ্ধিমান, দূৰদর্শী, চৰিত্রবান আৰু ত্যাগী ব্যক্তি
Example : ভাৰতত বহুত ডাঙৰ ডাঙৰ ঋষি হৈছে
Synonyms : ঋষি, তপোধন, মুণি
Meaning : তপস্যা কৰোঁতা
Example : তপস্বী মহাত্মা সমাধিস্থ হৈ আছে
Install App