Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো বস্ত্র বা পোছাক তৈয়াৰ কৰিবৰ বাবে বনোৱা সিমান পৰিমাণৰ কাপোৰ
Example : শীলাই বজাৰৰ পৰা এটা ব্লাউজৰ পীচ কিনিলে
Synonyms : খণ্ড, পীচ
Meaning : কোনো অংগ বা অবয়বৰ এক, যাৰ সংযোগত বিভিন্ন বস্তু তৈয়াৰ কৰা হয়
Example : এই যন্ত্রটোৰ সকলো খণ্ডই যন্ত্রালয়ত তৈয়াৰ কৰা
Synonyms : অংগ, অংশ, খণ্ড, বিভাগ, ভাগ
Meaning : যিকোনো বস্তুৰ গোটা টুকুৰা
Example : এই মন্দিৰটো ডাঙৰ ডাঙৰ শিলাখণ্ডেৰে নির্মিত এই মন্দিৰটো শিলৰ ডাঙৰ ডাঙৰ টুকুৰাৰে নির্মিত
Synonyms : খণ্ড
Meaning : বৃত্ত বা পিণ্ডৰ নিচিনা ডাঙৰ গোলাকাৰ বস্তু
Example : শিশুটোৱে বৰফৰ টুকুৰা খাই আছে
Meaning : ফল আদিৰ কটা বা ফালি থোৱা খণ্ড
Example : তেওঁ আপেলটোৰ চাৰি টুকুৰা কৰিলে
Synonyms : খণ্ড, ভাগ
Install App