Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো বস্তু বা কথা অনুসৰি কৰা কার্যৰ ্পৰা হোৱা পৰিণাম বা ফল
Example : আজিকালিৰ যুৱকসকলৰ ওপৰত পাশ্চাত্য সভ্যতাৰ অত্যধিক প্রভাৱ পৰিলক্ষিত হৈছে
Synonyms : অনুৰাগ, আসক্তি, জেদ, ধাউতি, প্রবৃত্তি, প্রভাৱ, প্রৱণতা, মাইৰ, স্পৃহা
Meaning : আসক্ত হোৱা ক্রিয়া বা ভাব
Example : তেওঁৰ আসক্তি প্রেমলৈ পৰিণত হʼল
Synonyms : অনুৰাগ, আসক্তি, ইচ্ছানুভূতি, ধাউতি, প্রবণতা, স্পৃহা, হাবিলাস, হাবিয়াহ
Meaning : যিটো মোলায়েম নহয়
Example : মথোতে ভাল নোহোৱাৰ বাবে খুর্মাখিনি টান হৈ পৰিল
Synonyms : কঠিন, ্কর্কৰীয়া
Meaning : যিটো কুটিলতাৰে ভৰা বা দুঃসাধ্য
Example : যুধিষ্ঠিৰে যক্ষৰ কঠিন প্রশ্নৰ উত্তৰ দি নিজৰ ভায়েকৰ প্রাণ ৰক্ষা কৰিছিল
Synonyms : অসহজ, কঠিন, কঠোৰ, কষ্টসাধ্য, কুটিল, জটিল, দুষ্কৰ, দুৰূহ, সুকঠিন
Meaning : যিজনৰ স্বভাৱত কোমলতা নাই:আমাৰ দেউতা বহুততেই উগ্র স্বভাৱৰ
Example :
Synonyms : উগ্র, কঠোৰ, কর্কশ, হুঁ়টা
Meaning : যিটো শুনাত খহটা
Example : কাউৰীৰ মাত কঠুৱা সীতাই নিজৰ সন্তানক কেতিয়াও টান কথা নকয়
Synonyms : কঠিন, কঠুৱা, কর্কশ, হুঁট্া, ্কালনজীয়া
Meaning : যিটো সোনকালে বুজি পোৱা নাযায়
Example : এই কঠিন প্রশ্নটোৰ উত্তৰ প্রশ্নকর্তাক সোধাই ভাল হʼব
Synonyms : অবোধগম্য, কঠিন, দুৰূহ
Install App