Subscribe
URL of the page has been copied to clipboard.
Meaning : জুইশলা ভৰাই থোৱা সৰু আকাৰৰ বাকচ বিশেষ
Example : ধুপকাঠি জ্বলাবৰ কাৰণে আইতাই দিয়াচলাইৰ পৰা জুইশলা উলিয়াই আছে
Synonyms : দিয়াচলাই, মেচ, মেচ বক্স
Meaning : মিহি কাঠৰ শলা যাৰ এটা মূৰত অকণমান গন্ধকৰ মিশ্রণ লগোৱা থাকে আৰু ইয়াক ঘর্ষণৰ ্ দ্বাৰা জুই জ্বলোৱা হয়
Example : মমতাই জুইশলাৰে ধূপ জ্বলাইছে
Synonyms : জুইশলা কাঠী, দিয়াচলাই কাঠী, মেচ-কাঠী
Install App