Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word জীৱন-নৌকা from অসমীয়া dictionary with examples, synonyms and antonyms.

জীৱন-নৌকা   বিশেষ্য

Meaning : এক প্রকাৰৰ সৰু নৌকা যাক জাহাজত এইকাৰণে ৰখা হয় যাতে কিবা কাৰণত জাহাজ ডুবিব লগা হʼলে তাত উঠি যাত্রীয়ে নিজৰ প্রাণ ৰক্ষা কৰিব পাৰে

Example : নাবিকজনে যাত্রীসকলক জাহাজখন ডুবিবলৈ ধৰাৰ আগজাননী দি সকলোকে জীৱন নৌকাৰ ব্যৱহাৰ কৰিবলৈ কʼলে

Synonyms : জীৱন নৌকা