Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word জনা-শুনা from অসমীয়া dictionary with examples, synonyms and antonyms.

জনা-শুনা   বিশেষণ

Meaning : যিটো জনা বা চিনাকি

Example : তেওঁ ্ কেইজনমান পৰিচিত লোকৰ লগত ঘূৰি ঘূৰি সকলোকে নৱবর্ষৰ ্ শুভকামনা জনাইছে

Synonyms : চা-চিনাকি, চিনা-জনা, জনাশুনা, পৰিচিত

Meaning : যাক ভালদৰে জনা যায়

Example : এই কথাটো মোৰ জ্ঞাত

Synonyms : জ্ঞাত, প্রজ্ঞাত, পৰিচিত, পৰিজ্ঞাত, বিজ্ঞাত, বিদিত

Meaning : যি যশ লাভ কৰিছে

Example : মুন্সী প্রেমচান্দ হিন্দী সাহিত্যৰ এজন যশস্বী লেখক আছিল

Synonyms : খ্যাতনামা, নামকৰা, প্রথিতনামা, প্রথিতযশা, যশস্বান, যশস্বী, যশস্যাশালী, যশোধন নামজাদা, যশোমণ্ডিত, যশোৱন্ত, যশোৱান, সুবিদিত, স্বনামধন্য

Meaning : যাৰ অস্তিত্ব আছে

Example : জনা-শুনা সমস্যাবোৰ দূৰ নকৰাকৈ একোৱেই হʼব নোৱাৰে

Synonyms : বাহাল, বিদ্যমান, বিৰাজমান, স্থিত