Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word জনশ্রুতি from অসমীয়া dictionary with examples, synonyms and antonyms.

জনশ্রুতি   বিশেষ্য

Meaning : মানুহৰ মাজত প্রচলিত নি্র্ভৰযোগ্য আধাৰ নথকা কিছুমান কথা বা খবৰ

Example : কেতিয়াবা কেতিয়াবা জনশ্রুতিয়ে মানুহৰ মনত ভ্রমৰ সৃষ্টি কৰিব পাৰে

Synonyms : কিম্বদন্তি, জনপ্রবাদ, জনৰৱ, প্রবাদ

Meaning : বাস্তৱ জীৱনৰ অভিজ্ঞতাৰ পৰা আহৰণ কৰা মানুহৰ মাজত প্রচলিত কিছুমান কথা বা উক্তি

Example : জনশ্রুতিৰ প্রয়োগে ভাষাৰ কালিকা বঢ়ায়

Synonyms : জনপ্রবাদ, লোক-কথা, লোকোক্তি

জনশ্রুতি   বিশেষণ

Meaning : যিটো মানুহৰ মাজত প্রচলিত হৈ আছে

Example : মোহনে জনশ্রুতিবোৰ বৰ মনোযোগেৰে শুনে

Synonyms : জন-শ্রুতি, লোক-কথা, লোককথা

Meaning : যিটো কাণ বাগৰি আহিছে

Example : মোৰ নিৰক্ষৰ আইতাই আমাক শ্রুতি কথা শুনাইছিল

Synonyms : কিংবদন্তি, শ্রুতি, শ্রুতি-কথা