Subscribe
URL of the page has been copied to clipboard.
Meaning : মানুহৰ মাজত প্রচলিত নি্র্ভৰযোগ্য আধাৰ নথকা কিছুমান কথা বা খবৰ
Example : কেতিয়াবা কেতিয়াবা জনশ্রুতিয়ে মানুহৰ মনত ভ্রমৰ সৃষ্টি কৰিব পাৰে
Synonyms : কিম্বদন্তি, জনপ্রবাদ, জনৰৱ, প্রবাদ
Meaning : বাস্তৱ জীৱনৰ অভিজ্ঞতাৰ পৰা আহৰণ কৰা মানুহৰ মাজত প্রচলিত কিছুমান কথা বা উক্তি
Example : জনশ্রুতিৰ প্রয়োগে ভাষাৰ কালিকা বঢ়ায়
Synonyms : জনপ্রবাদ, লোক-কথা, লোকোক্তি
Meaning : যিটো মানুহৰ মাজত প্রচলিত হৈ আছে
Example : মোহনে জনশ্রুতিবোৰ বৰ মনোযোগেৰে শুনে
Synonyms : জন-শ্রুতি, লোক-কথা, লোককথা
Meaning : যিটো কাণ বাগৰি আহিছে
Example : মোৰ নিৰক্ষৰ আইতাই আমাক শ্রুতি কথা শুনাইছিল
Synonyms : কিংবদন্তি, শ্রুতি, শ্রুতি-কথা
Install App