Meaning : গাখীৰ আৰু মাংসৰ কাৰণে পালন কৰা এবিধ তৃণভোজী ৰোমন্থক প্রাণী
Example :
তেওঁ ্ ছাগলীবোৰ চৰাবলৈ লৈ গৈছে
Meaning : এবিধ গাখীৰ দিয়া মাইকীৰ চাৰিঠেঙীয়া প্রাণী
Example :
সৰু লʼৰা-ছোৱালীৰ কাৰণে ছাগলীৰ গাখীৰ বৰ উপকাৰী
Synonyms : মাইকী ছাগলী