Meaning : কুস্তিত বিপক্ষক হৰোৱাবৰ বাবে কামত লগোৱা বুদ্ধি
Example :
তেওঁ একেটা চালতে শকত মল্লযোদ্ধাজনক চিৎ কৰি দিলে
Synonyms : কৌশল
Meaning : খেৰজাতীয় বস্তুৰে ঘৰৰ ওপৰ অংশত দিয়া আচ্ছাদন!
Example :
বৰষুণত ঘৰৰ চালৰ পৰা পানী পৰিবলৈ ধৰিলে
Synonyms : চালি
Meaning : দবা, তাচ আদি খেলত পাত বা গুটি বাজি মাৰিবলৈ আগবঢ়োৱা কার্য
Example :
চাল খেলাৰ এইবাৰ আপোনাৰ পাল
Synonyms : বাজি