Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো বিশেষ উপলক্ষত বাঁহ, কাঠ, কাপোৰ, ৰচী আদিৰে ঘেৰি সজা স্থান বিশেষ
Example : এইখন বিয়াৰ ৰভা
Synonyms : চালি, পেণ্ডেল, বিতান, মণ্ডপ, ৰভা, ৰভা-পৰলা
Meaning : একপ্রকাৰৰ ডাঙৰ তম্বু
Example : দৰা আহি চন্দ্রতাপৰ তলত বহি আছে
Synonyms : চন্দ্রতাপ, মণ্ডপ
Install App