Subscribe
URL of the page has been copied to clipboard.
Meaning : মানুহে অলৌকিক আৰু অমানৱীয় বুলি বিবেচনা কৰা এক ধৰণৰ আশ্চর্যজনক ্কাম
Example : চন্দ্রকান্তাৰ কাহিনী মায়া-জালেৰে ভৰি আছে
Synonyms : ইন্দ্র-জাল, ইন্দ্রজাল, মায়া জাল, মায়া-জাল, যাদু
Meaning : কোনো আশ্চর্যজনক ্ বা অদ্ভূত কাম বা ব্যাপাৰ যি সাধাৰণতে দেখিবলৈ পোৱা নাযায় আৰু যাক অলৌকিক আৰু অসম্ভৱ বুলি জনা যায়
Example : পাগল মানুহজনক ভাল কৰি বাবাজীজনে চমৎকাৰ কৰি দিলে
Synonyms : অদ্ভুত কাম, অবাক, আচৰিত, আশ্চর্য, চমক, তবধ, বিস্ময়
Install App