Subscribe
URL of the page has been copied to clipboard.
Meaning : যাৰ উজ্জ্বলতা গুণ বেছি বা ধুনীয়া চকুত লগা ৰং:ৰমেশে বিয়াত জকমকীয়া কাপোৰ পিন্ধিছিল
Example :
Synonyms : উজ্জ্বল, চকমকীয়া, চকুত চমক লগা, চকুত ছাতি মাৰি ধৰা, চিকচিকীয়া, চিকমিকিয়া, জকমকীয়া, জলমলীয়া, ঝকমকীয়া, ৰংচঙীয়া
Meaning : যাৰ ৰং অতি তীব্র
Example : বহুৱাটোৱে জকমকীয়া কাপোৰ পিন্ধি আছিল
Synonyms : জকমকীয়া
Install App