Meaning : বিদ্যালয় আদিত অধ্যয়ন-অধ্যাপনাৰ দৃষ্টিৰে কোনো বিষয়ে যি নির্দিষ্ট সময়ত আলোচনা কৰা হয়
Example :
গণিতৰ অধ্যাপকজন নহাৰ কাৰণে আজি দ্বিতীয় ঘণ্টা খালী আছিল
Synonyms : পিৰিয়ড
Meaning : দিন-ৰাতিৰ চৌব্বিশ ভাগৰ এভাগ বা ষাঠি মিনিট সময়
Example :
গাড়ী এঘণ্টা পলমকৈ চলি আছে
Meaning : এবিধ বিশেষ ধৰণৰ ধাতুৰে নির্মিত গোলাকাৰ বাজনা যʼত হাতুৰীৰে কোবাই শ্্ব্দ উলিওৱা হয়
Example :
ঘণ্টাৰ টং টং শ্্ব্দ শুনি লʼৰা-ছোৱালীবোৰে শ্রেণীকোঠা এৰি দৌৰিলে
Meaning : এক ঘণ্টাত যিমান দূৰ যোৱা হয়, সিমান
Example :
মোৰ ঘৰলৈ ষ্টেছনৰ পৰা এঘণ্টাৰ বাট
Meaning : ধ্বনি সৃষ্টি কৰিব পৰা সৰু উপকৰণ
Example :
ঘণ্টাৰ শ্্ব্দ শুনি ্তেওঁ দর্জা খুলি দিলে