Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো উচিত, আৱশ্যক বা ভাললগা কথা নোহোৱাৰ কাৰণে মনত হোৱা দুখ
Example : মই আপোনাৰ কামটো সময়মতে কৰিব নোৱাৰাৰ বাবে দুখিত
Synonyms : অনুতাপ, আফচোচ, খেদ, গ্লানি, দুঃখ, দুঃখিত, দুখ, দুখিত
Meaning : মনত হেঁচি ৰখা ক্রোধ, দুখ বা দ্বেষ
Example : দেউতা কার্যালয়ৰ পৰা ঘূৰি অহাৰ লগে লগেই মায়ে দিনটোৰ ক্ষোভ উজাৰিলে
Meaning : কোনো ভয়ানক বা চিন্তাজনক ঘটনাৰ কাৰণে মানুহে খোৱা ভয় যাৰ ফলস্বৰূপে মানুহে নিজক ৰক্ষা কৰাৰ উপায় চিন্তা কৰে
Example : বোমা বিস্ফোৰণৰ লগে লগে মানুহৰ মাজত অশান্তি বিয়পি পৰিল
Synonyms : অশান্তি, উদ্বেগ
Install App