Subscribe
URL of the page has been copied to clipboard.
Meaning : গাখীৰত পগোৱা চাউল
Example : মই পায়স বৰ ভাল পাওঁ
Synonyms : খীৰ, পায়স
Meaning : মাইকী স্তন্যপায়ী প্রাণীৰ স্তনৰ পৰা ওলোৱা বগা তৰল পদার্থ
Example : শিশুৰ কাৰণে মাকৰ গাখীৰ সর্বোৎকৃষ্ট আহাৰ
Synonyms : গাখীৰ, দুগ্ধ
Install App