Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো কাম আদি কৰিবৰ কাৰণে ব্যৱহাৰ হোৱা শক্তি
Example : সূর্য শক্তিৰ বহুত ডাঙৰ উৎস
Synonyms : এনার্জি, তেজ, শক্তি
Meaning : কিবা ধাৰণ কৰাৰ যোগ্যতা বা শক্তি
Example : এই চিনেমা গৃহটোৰ ধাৰণ ক্ষমতা পাঁচশ
Synonyms : ধাৰণ ক্ষমতা
Meaning : জ্ঞান, অনুভব, শিক্ষা আদিৰ সেই বিশেষ গুণ যাৰ আধাৰত কোনোৱে যিকোনো কাম বা পদৰ কাৰণে উপযুক্ত হিচাপে বিবেচিত হয়
Example : প্রতিযোগিতামূলক পৰীক্ষাৰ দ্বাৰা বিদ্যার্থীৰ যোগ্যতা বিচাৰ কৰি চোৱা হয়
Synonyms : উপযুক্ততা, যোগ্যতা, সামর্থ্য
Meaning : ক্ষমতাৰে পৰিপূর্ণ ্হোৱা অৱস্থা বা ভাব
Example : আপোনাৰ ক্ষমতাৰ কাৰণে এই কামটো হৈ উঠিল
Synonyms : শক্তি, সামর্থ্য
Install App