Subscribe
URL of the page has been copied to clipboard.
Meaning : এবাৰ চকু মুদিবলে যিমান সময় লাগে সিমান পৰিমাণৰ সময়
Example : পলকৰ বাবে আৰাম কৰি আগ বঢ়া যাৱক
Synonyms : নিমেষ, পলক
Meaning : একেবাৰে কম সময়
Example : স্বামী বিবেকানন্দ কম সময়তে প্রখ্যাত হৈ পৰিছিল
Synonyms : অলপ সময়, কম সময়, খন্তেক
Meaning : যিটো হিচাপতকৈ কম
Example : নিজৰ পৰিশ্রমৰ বলত ্তেওঁ কম সময়ৰ ভিতৰতে বহুতো উন্নতি কৰিলে
Synonyms : অপ্রচুৰ, অপ্রতুল, অলপ, অল্প, আংশিক, কম, কিছু, ন্যূন, লেশ
Install App