Subscribe
URL of the page has been copied to clipboard.
Meaning : বহুমূলীয়া বা উৎকৃষ্ট বস্তুৰ সংগ্রহ
Example : তেওঁৰ ওচৰত পুৰণি মুদ্রা, গহণা আদিৰ ভাণ্ডাৰ আছে
Synonyms : কোষ, ভঁৰ্াল, ভঁৰ্াল ঘৰ, ভাণ্ডাৰ
Meaning : বহুত ধন থকা কোষ বা স্থান
Example : ডকাইতে কোষাগাৰত থোৱা সকলো ধন লুট কৰি লৈ গʼল
Synonyms : কোষ, খাজানা, ভাণ্ডাৰ
Meaning : ৰজা বা ধনীসকলে কাপোৰ বা গহনা ৰখা ডাঙৰ কোঠা বা স্থান
Example : চোৰবোৰে কোষাগাৰৰ চিপাহীক বেহুচ কৰি দিলে
Install App