Subscribe
URL of the page has been copied to clipboard.
Meaning : শৰীৰত আঘাত পালে, ঘা হʼলে অথবা মোচোকা খালে অনুভৱ হোৱা অৱস্থা
Example : ৰোগীৰ কষ্ট দিনে-দিনে বাঢ়িহে গৈছে
Synonyms : কষ্ট, ক্লিষ্টতা, ক্লেশ, নিকাৰ, পীড়া, বেদনা, ব্যথা, যন্ত্রণা, যাতনা
Install App