Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো ডাঙৰ কামত প্রবৃত্ত হোৱাৰ বাবে লগা মনৰ দৃঢ়তা বা যাৰ কাৰণে আমি নি্র্ভয়হৈ কোনো বিপদ আদিৰ মুখামুখি হওঁ
Example : সাহস আছে যদি অকলে আহি লগ কৰা
Synonyms : তাগজ, পিত, সাহ, সাহ-পিত, সাহস, হিম্মত
Meaning : শৰীৰৰ বিভিন্ন সিৰা-উপসিৰালৈ তেজ চলাচল কৰোৱা বুকুৰ ভিতৰৰ বাওঁ্ফালে থকা এক অৱয়ব:কলিজা জীৱিত প্রাণীৰ এক গুৰুত্বপূর্ণ অংগ
Example :
Synonyms : দিল, মর্ম, হার্ট, হৃদয়
Install App