Meaning : কলাৰ প্রতি ৰুচি থকা লোক
Example :
এগৰাকী কলাপ্রেমীয়ে একান্তমনে কলাবীথিকাত চিত্র চাই আছিল
Synonyms : কলা-প্রেমী, কলাপ্রেমী
Meaning : যি কলা ভালপায়
Example :
কিছুমান কলা-প্রেমী ব্যক্তিৰ সহায়ত এই নাট্যশালাৰ নি্র্মাণ কৰা হৈছে
Synonyms : কলা-প্রেমী, কলাৰসিক