Meaning : যিজন মানুহৰ এটা চকু বেয়া
Example :
দোকানখনত দুজন কণা মানুহে পৰস্পৰৰ মাজত কাজিয়া কৰি আছিল
Meaning : অত্যন্ত সৰু অংশ বা টুকুৰা
Example :
ভগৱান প্রতিটো অণু-পৰমাণুতে ব্যাপি আছে
Synonyms : অণু, অণু-পৰমাণু, কণ