Meaning : যিজনে উপন্যাস লিখে
Example :
মুন্সী প্রেমচান্দ সফল ঔপন্যাসিকসকলৰ অগ্রণী আছিল
Synonyms : উপন্যাস-লেখক, উপন্যাসকাৰ
Meaning : উপন্যাস বিষয়ক
Example :
এই লেখকৰ ঔপন্যাসিক বিষয়বস্তু ৰুচিপূর্ণ
Meaning : উপন্যাসত বর্ণ্্না কৰাৰ যোগ্য
Example :
উপন্যাসকাৰে এটা ঔপন্যাসিক ঘটনাৰ সন্ধানত আছে